পাঠ্যক্ৰম আৰু পাঠ্যপুথি

‘কিণ্ডাৰগাৰ্টেন’ খেল-ধেমালিৰে শিশুক আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰস্তুত কৰা এটা পদ্ধতি। জাতীয় শিক্ষা সংসদৰ অনুজ্ঞাপ্ৰাপ্ত অনুষ্ঠানসমূহে ‘কিণ্ডাৰগাৰ্টেন’ প্ৰণালীৰে খেল-ধেমালি, চিত্ৰাংকন, চাৰুকলা, গীতমাত-সাধুকথাৰ মাজেৰে বৰ্ণজ্ঞান, শব্দজ্ঞান, ভাষাজ্ঞানৰ উপৰি বয়সোপযোগী  নীতিশিক্ষা, ঐতিহ্য-কীৰ্তিচিহ্ন [...]