জাতীয় আদৰ্শ বিদ্যালয় প্ৰকল্প-ইতিবৃত্ত
শিশুৱে অনানুষ্ঠানিক শিক্ষা নিজ মাতৃভাষাত আৰম্ভ কৰাটো এটা বিলাস নহয়। ই হ’ল এক চৰ্তশূন্য অধিকাৰ। এই গোলকীকৰণৰ পৃথিৱীত য’ত দক্ষ কথকৰ অভাৱত ভাষাবোৰ মৰিব ধৰিছে বা স্পন্দনশীলতাৰ গুণ হেৰুৱাইছে, [...]
শিশুৱে অনানুষ্ঠানিক শিক্ষা নিজ মাতৃভাষাত আৰম্ভ কৰাটো এটা বিলাস নহয়। ই হ’ল এক চৰ্তশূন্য অধিকাৰ। এই গোলকীকৰণৰ পৃথিৱীত য’ত দক্ষ কথকৰ অভাৱত ভাষাবোৰ মৰিব ধৰিছে বা স্পন্দনশীলতাৰ গুণ হেৰুৱাইছে, [...]
মূল নীতি নিৰ্ধাৰণ সমিতি অসম সাহিত্য সভাৰ এই স্থায়ী শৈক্ষিক প্ৰকল্পৰ ধাৰাবাহিকতা যাতে কোনোপধ্যে বিঘ্নিত নহয় সেই বাবে নিম্নলিখিত ধৰণে মূল নীতি নিৰ্ধাৰণ সমিতি গঠন কৰা হৈছে। প্ৰতিবছৰে ন্যূনতম [...]
সন্মানীয় মুখ্য উপদেষ্টা পদ্মশ্ৰী ৰংবং তেৰাং সন্মানীয় উপদেষ্টা ড০ হেমন্ত কুমাৰ বৰুৱা সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠক সাহিত্যাচাৰ্য ড০ পৰাগ কুমাৰ ভট্টাচাৰ্য্য সভাপতি শ্ৰী গৌৰীকান্ত ভূঞা উপ-সভাপতি ড০ জ্ঞানজ্যোতি শৰ্মা শ্ৰী ৰমানন্দন বৰা তত্বাৱধায়ক [...]
ক) জাতীয় শিক্ষা সংসদৰ নিৰ্ধাৰিত কৰ্ম আঁচনি ৰাইজৰ মাজত জনপ্ৰিয় কৰি তুলিবৰ বাবে বিষয়বস্তু সম্পৰ্কে অভিজ্ঞ ব্যক্তিক লৈ প্ৰচাৰ আৰু সংগঠন সমিতি গঠন কৰা হ’ব। খ) বিভিন্ন চৰকাৰী (ৰাজ্যিক [...]
১। বুনিয়াদী স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত অসমীয়া মাধ্যমত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপন। ২। প্ৰথম তিনি বছৰত অসমীয়া ভাষাৰ মাধমেৰে অসমীয়া, ইংৰাজী, হিন্দী ভাষা দৃশ্য-শ্ৰব্য প্ৰক্ৰিয়াৰে শিক্ষা প্ৰদান। ৩। পাহি [...]
Gopinath Bordoloi Rd, Ambari,
Guwahati, Assam 781001
Email: admin@shikshasansad.org
© Copyright 2012 - 2024 | Avada Theme by ThemeFusion | All Rights Reserved | Powered by WordPress