Loading...
Articles2015-02-17T18:08:25+00:00

জাতীয় আদৰ্শ বিদ্যালয় প্ৰকল্প-ইতিবৃত্ত

শিশুৱে অনানুষ্ঠানিক শিক্ষা নিজ মাতৃভাষাত আৰম্ভ কৰাটো এটা বিলাস নহয়। ই হ’ল এক চৰ্তশূন্য অধিকাৰ। এই গোলকীকৰণৰ পৃথিৱীত য’ত দক্ষ কথকৰ অভাৱত ভাষাবোৰ মৰিব ধৰিছে বা স্পন্দনশীলতাৰ গুণ হেৰুৱাইছে, তেনেক্ষেত্ৰত [...]

পৰিচালনা

মূল নীতি নিৰ্ধাৰণ সমিতি অসম সাহিত্য সভাৰ এই স্থায়ী শৈক্ষিক প্ৰকল্পৰ ধাৰাবাহিকতা যাতে কোনোপধ্যে বিঘ্নিত নহয় সেই  বাবে নিম্নলিখিত ধৰণে মূল নীতি নিৰ্ধাৰণ সমিতি গঠন কৰা হৈছে। প্ৰতিবছৰে ন্যূনতম এখন [...]

পাঠ্যক্ৰম আৰু পাঠ্যপুথি সংকলন সমিতি

সন্মানীয় মুখ্য উপদেষ্টা পদ্মশ্ৰী ৰংবং তেৰাং সন্মানীয় উপদেষ্টা ড০ হেমন্ত কুমাৰ বৰুৱা সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠক সাহিত্যাচাৰ্য ড০ পৰাগ কুমাৰ ভট্টাচাৰ্য্য সভাপতি শ্ৰী গৌৰীকান্ত ভূঞা উপ-সভাপতি ড০ জ্ঞানজ্যোতি শৰ্মা শ্ৰী ৰমানন্দন বৰা তত্বাৱধায়ক শ্ৰী [...]

প্ৰচাৰ-আৰু-সংগঠন-সমিতি

ক) জাতীয় শিক্ষা সংসদৰ নিৰ্ধাৰিত কৰ্ম আঁচনি ৰাইজৰ মাজত জনপ্ৰিয় কৰি তুলিবৰ বাবে বিষয়বস্তু সম্পৰ্কে অভিজ্ঞ ব্যক্তিক লৈ প্ৰচাৰ আৰু সংগঠন সমিতি গঠন কৰা হ’ব। খ) বিভিন্ন চৰকাৰী (ৰাজ্যিক আৰু [...]

লক্ষ্য আৰু উদ্দেশ্য

১। বুনিয়াদী স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত অসমীয়া মাধ্যমত বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় স্থাপন। ২। প্ৰথম তিনি বছৰত অসমীয়া ভাষাৰ মাধমেৰে অসমীয়া, ইংৰাজী, হিন্দী ভাষা দৃশ্য-শ্ৰব্য প্ৰক্ৰিয়াৰে শিক্ষা প্ৰদান। ৩। পাহি ৰ [...]

পাঠ্যক্ৰম আৰু পাঠ্যপুথি

‘কিণ্ডাৰগাৰ্টেন’ খেল-ধেমালিৰে শিশুক আনুষ্ঠানিক শিক্ষাৰ বাবে প্ৰস্তুত কৰা এটা পদ্ধতি। জাতীয় শিক্ষা সংসদৰ অনুজ্ঞাপ্ৰাপ্ত অনুষ্ঠানসমূহে ‘কিণ্ডাৰগাৰ্টেন’ প্ৰণালীৰে খেল-ধেমালি, চিত্ৰাংকন, চাৰুকলা, গীতমাত-সাধুকথাৰ মাজেৰে বৰ্ণজ্ঞান, শব্দজ্ঞান, ভাষাজ্ঞানৰ উপৰি বয়সোপযোগী  নীতিশিক্ষা, ঐতিহ্য-কীৰ্তিচিহ্ন আদিৰ [...]

Title

Go to Top